Thursday, October 5, 2023

১০৫ টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ, GK. Assamese GK 2022. Assamese General knowledge for Competitive Exams

 



১) Google কোন চনত আবিষ্কাৰ কৰা হৈছিল ?

উত্তৰ: ১৯৯৮
(২) অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল ?
উত্তৰ: ১৮৬৭ চনত
(৩) বৰ্তমান অসমৰ মহকুমা কেইটা আছে ?
উত্তৰ: ৭৮ টা
(৪) ‘স্বৰ্গ নাৰায়ণ’ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল ?
উত্তৰ: চুহুংমুং
(৫) ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ: ২৪ ফেব্ৰুৱাৰী তাৰিখে
(৬) আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ: ১৬৬৯ চনত
(৭) অসমত বন গৱেষণা কেন্দ্ৰ ক’ত আছে ?
উত্তৰ: যোৰহাটত আছে ।
৮) কোনখন মহাসাগৰত’ বাৰ্মুদ্ৰা ত্ৰিভূজ’ অৱস্থিত ?
উত্তৰ: ভাৰত মহাসাগৰ
(৯) হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল ?
উত্তৰ: ৬৪০ খ্ৰীষ্টাব্দত
(১০) ব্ৰাহ্ম সমাজৰ প্ৰথম অধিবেশন ক’ত হৈছিল ?
উত্তৰ: কলিকতাত

(১১) মিচিং সকলৰ গ্ৰাম্য আদালতখনৰ নাম কি ?

উত্তৰ: কৌবাং

১৪) ক’লা দিৱস কোন তাৰিখে পালন কৰা হয় ?

উত্তৰ: ৩০ অক্টোবৰ তাৰিখে ।
(১৫) বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন ?
উত্তৰ: চীন
(১৬) অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে ?
উত্তৰ: ৪ টা ভাগত
(১৭) গোৱাল পাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয় ?
উত্তৰ: কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে
(১৮) আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি ?
উত্তৰ: ডাবলিন
(১৯) হৰ্ষ চৰিত পুথিখন কোনে ৰচনা কৰিছিল ?
উত্তৰ: বাণভট্ট
(২০) সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল ?
উত্তৰ: ঘেঁহু
(২১) ‘ইয়ং ইণ্ডিয়া’ গ্ৰন্থখনৰ লেখক কোন ?
উত্তৰ: মহাত্মা গান্ধী
(২২) বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন ?
উত্তৰ: ভগবান বিষ্ণু
(২৩) কাছাৰৰ প্ৰাচীন নাম কি আছিল ?
২৪) কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ: ৰঘূদেৱ
(২৫) দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰে ?
উত্তৰ: ১৯৩১ চনত
(২৬) অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ?
উত্তৰ: ২ খন
(২৭) ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ: ২৫ জানুৱাৰী
(২৮) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালা ?
উত্তৰ: বৰাইল
২৯) মহীশূৰৰ নতুন নাম কি ?
উত্তৰ: কৰ্ণাটক
(৩০) বুৰঞ্জীৰ আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি ?
উত্তৰ: জয়মতী কুঁৱৰী
৩১) অসমীয়া সাহিত্য চৰা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ: ১৮৭২ চনত



(৩২) GST কেইপ্ৰকাৰৰ হয় ?
উত্তৰ: ৪ প্ৰকাৰৰ
(৩৩) কটন কলেজৰ প্ৰতিষ্ঠাপক কোন আছিল ?
উত্তৰ: হেনৰী কটন আছিল
(৩৪) অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল ?
উত্তৰ: স্বৰ্গনাৰায়ণ
(৩৫) কেবিনেট মিশ্যন ভাৰতলৈ কেতিয়া আহিছিল ?
উত্তৰ: ১৯৪৬ চনত
(৩৬) ৰাজ্যপাল বানৱাৰিলাল পুৰোহিতে জুবিন গাৰ্গক লুইত কণ্ঠ উপাধি কোন চনত প্ৰদান কৰে ?
উত্তৰ: ২০১৭ চনত
(৩৭) ‘দেওলাংখুই’ ৰ ৰচক কোন ?
উত্তৰ: ৰীতা চৌধুৰী
(৩৮) কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল ?
উত্তৰ: গদাধৰ সিংহৰ দিনত ।
(৩৯) চুকাফাই ক’ৰ পৰা আহিছিল ?
উত্তৰ: চীন
(৪০) সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ: ২৭ মাৰ্চ তাৰিখে ।
(৪১) অসমীয়া সংস্কৃতিৰ মূল ভেটি কি ?
উত্তৰ: সমন্বয়
(৪২) কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই ?
উত্তৰ: বুধ গ্ৰহৰ
(৪৩) আহোম সকলৰ বিবাহ প্ৰথা কি নামেৰে জনা যায় ?
উত্তৰ: চকলং
(৪৪) ‘নামঘোষা’ কোনে লিখিছিল ?
উত্তৰ: শ্ৰী শ্ৰী মাধৱদেৱ
(৪৫) ‘প্ৰেম আৰু ৰদালিৰ’ কবি বুলি কাক জনা যায় ?
উত্তৰ: হীৰেণ ভট্টাচাৰ্য
(৪৬) গদাধৰ সিংহৰ আহোম নাটটো কি ?
উত্তৰ: চুপাটফা
(৪৭) ৰাণী ভিক্টোৰিয়া ব্ৰিটিছ সিংহাসনত কোন চনত বহে ?
উত্তৰ: ১৮৩৭ চনত
(৪৮) Discovery of Assam’ গ্ৰন্থখনৰ লেখক কোন ?
উত্তৰ: সতীশচন্দ্ৰ কাকতি
(৪৯) নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কোনে কৰিছিল ?
উত্তৰ: ৰুদ্ৰ সিংহই
(৫০) লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ’ উপাধি প্ৰদান কৰিছিল ?
উত্তৰ: অসম সাহিত্য সভাই
(৫১) ‘চান্দুবি’ উৎসৱ পালন কোনে কৰে ?
উত্তৰ: ৰাভা
(৫২) বিত্তীয় আয়োগৰ সদস্য সকলক কোনে নিযুক্তি দিয়ে ?
উত্তৰ: ৰাষ্ট্ৰপতিয়ে
(৫৩) আহোমৰ দ্বিতীয় ৰাজধানী কি আছিল ?
উত্তৰ: গড়গাঁও
(৫৪) এখন বিলক বিত্তীয় বিল বুলি কোনে স্বীকৃতি দিয়ে ?
উত্তৰ: লোকসভা অধ্যক্ষই
(৫৫) কলিকতাত কেতিয়া অসমীয়া সাহিত্য চৰা প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ: ১৮৭২ চনত
(৫৬) জাতীয় শিক্ষা নীতি ১৯৮৬ গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজন কোন আছিল ?
উত্তৰ: ৰাজীৱ গান্ধী
(৫৭) ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন ?
উত্তৰ: ৰাষ্ট্ৰপতি
(৫৮) বেজবৰুৱা পদৰ সৃষ্টি কোনে কৰিছিল ?
উত্তৰ: ৰুদ্ৰ সিংহই
(৫৯) অসমত স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোৱা হয় ?
উত্তৰ: মহগড়ৰ ৰণ
(৬০) স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ?
উত্তৰ: ৰাজেন্দ্ৰ প্ৰসাদ
(৬১) চুকাফাই লগত কিমান মানুহ আনিছিল ?
উত্তৰ: ৯০০০
(৬২) কোচ বিহাৰৰ প্ৰথম ৰজা কোন আছিল ?
উত্তৰ: লক্ষ্মী নাৰায়ণ
(৬৩) ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ ?
উত্তৰ: ৫ বছৰ
(৬৪) পুৰণি অসমৰ যুদ্ধত কোনটো প্ৰাণীক অধিক ব্যৱহাৰ কৰা হৈছিল ?
উত্তৰ: হাতী



৬৫) সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ?
উত্তৰ: চডিয়াম ক্ল’ৰাইড
(৬৬) উত্তৰ পূবৰ মাটিত প্ৰথম উৰাজাহাজখন কোনখন চহৰত অবতৰণ কৰা হৈছিল ?
উত্তৰ: যোৰহাট
(৬৭) ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল ?
উত্তৰ: ২০০৮ চনত
(৬৮) ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক কোন ?
উত্তৰ: ৰাষ্ট্ৰপতি
(৬৯) মানুহৰ মুখত হাড়ৰ সংখ্যা কিমান ?
উত্তৰ: ১৪ ডাল হাড়
(৭০) ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো ?
উত্তৰ: আৰাৱলী
(৭১) অসমৰ’ চাহৰ চহৰ’ বুলি কোনখন চহৰক কোৱা হয় ?
উত্তৰ: ডিব্ৰুগড় চহৰক
(৭২) বিশুদ্ধ খোৱাপানীৰ ph মান কিমান ?
উত্তৰ: ৭
(৭৩) শঙ্কৰদেৱে বৰগীত সমূহ কি ভাষাত লিখিছিল ?
উত্তৰ: ব্ৰজাৱলী ভাষাত
(৭৪) প্ৰথম ভাৰতীয় উপগ্ৰহ (আৰ্যভট্য) কিমান চনত নিক্ষেপ কৰা হৈছিল ?
উত্তৰ: ১৯৭৫ চনত
(৭৫) ভাস্ক দা গামা ভাৰতলৈ কেতিয়া আহিছিল ?
উত্তৰ: ১৪৯৮ চনত
(৭৬) ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সৰ্বাধিক ?
উত্তৰ: কেৰালা
(৭৭) হিন্দু ধৰ্মৰ মুঠ পুৰাণৰ সংখ্যা কিমান ?
উত্তৰ: ১৮ টা
(৭৮) ‘প্ৰান্তিক’ আলোচনীৰ প্ৰতিষ্ঠাপকৰ মুখ্য সম্পাদক কোন আছিল ?
উত্তৰ: ভবেন্দ্ৰনাথ শইকীয়া
(৭৯) এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰী কোনটো ?
উত্তৰ: জয়সাগৰ পুখুৰী
(৮০) এখন ৰাজ্য চৰকাৰৰ মুৰব্বী কোন ?
উত্তৰ: মুখ্যমন্ত্ৰী
(৮১) ‘অলকানন্দা’ কবিতা সংকলন খনৰ ৰচক কোন ?
উত্তৰ: নলিনীৱালা দেৱী
(৮২) ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি কাক কোৱা হয় ?
উত্তৰ: উচ্চতম ন‍্যায়ালয়
(৮৩) প্ৰথম অসমীয়া চনেটৰ লিখক কোন ?
উত্তৰ: হেমচন্দ্ৰ গোস্বামী
(৮৪) নিউমোনিয়া ৰোগে শৰীৰৰ কোনটো অংগ প্ৰভাৱিত কৰে ?
উত্তৰ: হাওঁফাঁও
(৮৫) ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম অ কংগ্ৰেছী চৰকাৰ গঠন কৰা হৈছিল ?
উত্তৰ: কেৰেলা
(৮৬) পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ পৰিমাণে বৃষ্টিপাত হয় ?
উত্তৰ: ভাৰতৰ মৌচিনৰাম
(৮৭) প্ৰত্যেক বছৰে সৰ্বাধিক সংখ্যাক চলচিত্ৰ নিৰ্মাণ কৰা দেশখনৰ নাম কি ?
উত্তৰ: ভাৰত
(৮৮) অসমৰ ‘গীতিকবি’ বুলি কাক আখ্যা দিয়া হয় ?
উত্তৰ: পাৰ্বতী প্ৰসাদ বৰুৱা
(৮৯) পৃথিবীৰ দ্বিতীয় বৃহত্তম মহাদেশ খনৰ নাম কি ?
উত্তৰ: আফ্ৰিকা
(৯০) পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানী কৰা দেশখনৰ নাম কি ?
উত্তৰ: স্পেইন
(৯১) কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰী লংকাক পৃথক কৰিছে ?
উত্তৰ: পক প্ৰণালী
(৯২) বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হয় ?
উত্তৰ: ১৯৫২ চন
(৯৪) এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হবলৈ নূন‍্যতম বয়স কিমান লাগে ?
উত্তৰ: ৩৫ বছৰ
(৯৫) আকাশৰ সবাতোকৈ উজ্জ্বল তৰাটোৰ নাম কি ?
উত্তৰ: সূৰ্য
(৯৬) শ্বিলং কোনখন  পাহাৰত অৱস্থিত ?
উত্তৰ: খাছী পাহাৰ
(৯৭) সৌৰজগতৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যাক উপগ্ৰহ আছে ?
উত্তৰ: শনি
(৯৮) সৰ্বোচ্চ একৰ মাটিত ৰবৰ খেতি কৰা ৰাজ্যখনৰ নাম কি ?
উত্তৰ: কেৰেলা
(৯৯) হেলীৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে আবিৰ্ভাৱ হয় ?
উত্তৰ: ৭৬ বছৰ
(১০০) অসম বুৰঞ্জীত কেঁকোৰা ৰজা বুলি কাক কোৱা হয় ?
উত্তৰ: চুটিমফা
(১০১) ভীষ্মক ৰজাৰ জীয়েকৰ নাম কি ?
উত্তৰ: ৰুক্মিণী
(১০২) অসমত শালি ধানৰ খেতি প্ৰৱৰ্তন কোনে কৰিছিল ?
উত্তৰ: আহোম সকলে
(১০৩) শৰতৰ কবি কোন ?
উত্তৰ: পাৰ্বতী প্ৰসাদ বৰুৱা
(১০৪) ব্ৰহ্মপুত্ৰ নদী মুঠ কিমানখন দেশৰ মাজেৰে পাৰ হৈ গৈছে ?
উত্তৰ: তিনিখন
(১০৫) অসম ছাত্ৰ সন্মিলনী গঠন কোন চনত হৈছিল ?
উত্তৰ: ১৯১৬ চনত

No comments:

Post a Comment

যুক্ত বৰ্ণ বা যুক্তাক্ষ অসমীয়া বৰ্ণমালাৰ যুক্তাক্ষৰসমূহ

গ + উ = গু গুৰ (gur) ৰ + উ = ৰু ৰুমাল (rumaal) শ + উ = শু শুভ (Subha) হ + উ = হু হুঁচৰি (hu~Mcari) ৰ + ঊ = ৰূ ৰূপ (rUpa) হ + ঋ = হৃ হৃদয় (hR...