Thursday, April 2, 2020


Assamese Number 1 to 100 too 1 lakh

number ----Word----pronunciation----English Numb.
  ০  == শূণ্য ==  xuinno === 0
 ১ === এক ==  ek ==    1
 ২ =  দুই  == dui  ==  2
 ৩ = তিনি = tini  ==  3
 ৪ = চাৰি = sari ==  4
 ৫ = পাঁচ = pas ==   5
 ৬ = ছয় == soy  ==  6
 ৭ = সাত == xat ==   7
 ৮ = আঠ == ath ==  8
 ৯ == ন === no ==    9
১০ = দহ ==  doh =  10
১১ =এঘাৰ = egharo =11
১২ =বাৰ   = baro == 12
১৩ = তেৰ = tero ==  13
১৪ = চৈধ্য =soiddho =14
১৫ = পোন্ধৰ =pündhoro= 15
১৬ = ষোল্ল = xüllo = 16
১৭ = সোতৰ = xütoro = 17
১৮ = ওঁঠৰ = üthoro = 18
১৯ = ঊনৈছ = unnois ==19
২০ = বিছ = bis  =20
২১ = একৈছ = ekois  =21
২২ = বাইছ = bais = 22
২৩ = তেইছ = teis = 23
২৪ = চৌব্বিছ  =soubbis =24
২৫ = পঁচিছ  =posis = 25
২৬ = ছাব্বিছ = sabbis = 26
২৭ = সাতাইছ = xatais = 27
২৮ = আঁঠাইছ = athais = 28
২৯ = উনত্ৰিছ = untris = 29
৩০ = ত্ৰিছ = tris =30
৩১ =একত্ৰিছ = ektris = 31
৩২ = বত্ৰিছ = botris = 32
৩৩ = তেত্ৰিছ = tettris = 33
৩৪ = চৌত্ৰিছ = soutris = 34
৩৫ = পয়ত্ৰিছ = poytris = 35
৩৬ = ছয়ত্ৰিছ = soytris = 36
৩৭ = সাতত্ৰিছ = xatotris =37
৩৮ =আঠত্ৰিছ =athotris = 38
৩৯ = ঊনচল্লিছ =unsollis = 39
৪০ = চল্লিছ = sollis = 40
৪১ =একচল্লিছ =eksollis = 41
৪২ =বিয়ালিছ = biallis = 42
৪৩ =তিয়াল্লিছ = tiallis = 43
৪৪ = চৌচল্লিছ = sousollis =44
৪৫ = পঞ্চল্লিছ = ponsollis = 45
৪৬ =ছয়চল্লিছ= soysollis== 46
৪৭ =সাতচল্লিছ =xatsollis= 47
৪৮ =আঠচল্লিছ =athsollis =48
৪৯ =ঊনপঞ্চাছ= unoponsas = 49
৫০ =পঞ্চাছ= ponsas =50
৫১ =একাৱন্ন =ekaon =51
৫২ =বাৱন্ন =bawonna =52
৫৩ তেৱন্ন =teonno =53
৫৪ =চৌৱন্ন =souonno =54
৫৫ =পঁচপন্ন =posponno =55
৫৬ =ছাপন্ন =saponno =56
৫৭ =সাতাৱন্ন =xataonno =57
৫৮ =আঠাৱন্ন =athaonno =58
৫৯ =উন্নষাঠী =unnoxathi =59
৬০ =ষাঠি =xathi =60
৬১ =এষষ্ঠি =exosthi  =61
৬২ =বাষষ্ঠি =baxosthi =62
৬৩ =তেষষ্ঠি =texosthi =63
৬৪ =চৌষষ্ঠি =souxosthi =64
৬৫ =পঁষষ্ঠি =poxosthi =65
৬৬ =ছয়ষষ্ঠি =soyxosthi =66
৬৭ =সাতষষ্ঠি =xatxosthi =67
৬৮ =আঠষষ্ঠি =athxosthi =68
৬৯ =ঊনসত্তৰ  =unoxottor =69
৭০ =সত্তৰ =xottor = 70
৭১ =এসত্তৰ =exottor =71
৭২ =বাসত্তৰ =baxottor =72
৭৩ =তেসত্তৰ =texottor =73
৭৪ =চৌসত্তৰ =souxottor =74
৭৫ =পঁসত্তৰ =poxottor =75
৭৬ =ছয়সত্তৰ =soyxottor =76
৭৭ =সাতসত্তৰ =xaxottor =77
৭৮ =আঠসত্তৰ =athxottor =78
৭৯ =ঊনাশী =unaxi =79
৮০ =আশী =axi =80
৮১ =একাশী =ekaxi =81
৮২ =বিয়াশী =biaxi =82
৮৩ =তিৰাশী =tiraxi =83
৮৪ =চৌৰাশী =souraxi =84
৮৫ =পঁচাশী =posaxi =85
৮৬ =ছিয়াশী =siaxi =86
৮৭ =সাতাশী =xataxi =87
৮৮ =আঠাশী =athaxi =88
৮৯ =ঊননবৈ =unonoboi =89
৯০ =নব্বৈ = nobboi  = 90
৯১ =একান্নব্বৈ =ekannobboi =91
৯২ =বিয়ান্নব্বৈ =biannobboi=92
৯৩ =তিৰান্নব্বৈ =tirannobboi =93
৯৪ =চৌৰান্নব্বৈ =sourannobboi=94
৯৫ =পঁচানব্বৈ =ponobboi =95
৯৬ =ছয়ান্নব্বৈ =soyannobboi =96
৯৭ =সাতান্নব্বৈ =xatanobboi =97
৯৮ =আঠান্নব্বৈ =athannobboi =98
৯৯ =নিৰান্নব্বৈ =nirannobboi =99
১০০ =এশ =exo =100
২০০ =দুশ =duxo =200
৫০০ =পাঁচশ =pasxo =500
১,০০০ =এহাজাৰ  =ehazar =1,000
১,০০০০ =এক অযুত =ek ozut= =1,0000
১,০০,০০০ =এক লাখ =ek lakh=1,00,000






https://www.youtube.com/watch?v=cR8ckmh5D8k&t=5s

No comments:

Post a Comment

যুক্ত বৰ্ণ বা যুক্তাক্ষ অসমীয়া বৰ্ণমালাৰ যুক্তাক্ষৰসমূহ

গ + উ = গু গুৰ (gur) ৰ + উ = ৰু ৰুমাল (rumaal) শ + উ = শু শুভ (Subha) হ + উ = হু হুঁচৰি (hu~Mcari) ৰ + ঊ = ৰূ ৰূপ (rUpa) হ + ঋ = হৃ হৃদয় (hR...