Wednesday, May 29, 2024

যুক্ত বৰ্ণ বা যুক্তাক্ষ অসমীয়া বৰ্ণমালাৰ যুক্তাক্ষৰসমূহ

গ + উ = গু গুৰ (gur)

ৰ + উ = ৰু ৰুমাল (rumaal)
শ + উ = শু শুভ (Subha)
হ + উ = হু হুঁচৰি (hu~Mcari)
ৰ + ঊ = ৰূ ৰূপ (rUpa)
হ + ঋ = হৃ হৃদয় (hRuday)
স + ক = স্ক স্কুল (skul)
ক + ক = ক্ক মক্কা (makkaa)
ল + ক = ল্ক শুল্ক (Sulk)
ষ + ক = ষ্ক পৰিষ্কাৰ (pariShkaar)


স আৰু ষ ৰ লগত অন্য আখৰ যোগ হ’লে ইয়াৰ উচ্চাৰণ‘চ’ হয় |ভাস্কৰ, নমস্কাৰ, নিষ্কাম, আৱিষ্কাৰ
ঙ + ক = ঙ্ক (~gk) অঙ্ক
ঙ + খ = ঙ্খ (~gkh) শঙ্খ
ঙ + গ = ঙ্গ (~gg) সঙ্গীত
ঙ + ঘ = ঙ্ঘ (~ggh) লঙ্ঘন
ঞ + চ = ঞ্চ (~jc) অঞ্চল
শ + চ = শ্চ (Sc) নিশ্চয়
চ + ছ = চ্ছ (Cc) ইচ্ছা
ঞ + ছ = ঞ্ছ (~jC) লাঞ্ছনা
শ + ছ = শ্ছ (SC) শিৰশ্ছেদ
ঞ + জ = ঞ্জ ( ~jj) অঞ্জলি
জ + জ = জ্জ (jj) লজ্জা
ব + জ = ব্জ (bj) কব্জা
জ + ঞ = জ্ঞ (j~j) বিজ্ঞান


ক + ট = ক্ট (Kt) ট্ৰেক্টৰ
ণ + ট = ণ্ট (NT) কণ্টক
ল + ট = ল্ট (lT) বাল্টি
ষ + ট = ষ্ট (ShT) নষ্ট
ণ + ড = ণ্ড (ND) ঠাণ্ডা
স + ত = স্ত (st) ব্যস্ত
ন + ত = ন্ত (nt) দন্ত
ত + ত = ত্ত (tt) উত্তৰ
প + ত = প্ত (pt) উত্তপ্ত
ক + ত = ক্ত (kt) ৰক্ত
ব + দ = ব্দ (bd) শব্দ
ন + দ = ন্দ (nd)আনন্দ
দ + দ = দ্দ (dd) খদ্দৰ
ন + ধ = ন্ধ (ndh) কান্ধ
ব + ধ = ব্ধ (bdh) লব্ধ
গ + ধ = গ্ধ (gdh) স্নিগ্ধ
দ + ধ = দ্ধ (ddh) বৃদ্ধি
গ + ন = গ্ন (gn) মগ্ন
ন + ন = ন্ন (nn)অন্ন
ত + ন = ত্ন (tn) যত্ন
ঘ + ন = ঘ্ন (ghn) বিঘ্ন
ম + ন = ম্ন (mn) নিম্ন
হ + ন = হ্ন (hn) বহ্নি
শ + ন = শ্ন (Sn) প্ৰশ্ন
স + ন = স্ন (sn) স্নেহ
ম + ব = ম্ব (mb) চুম্বক
ম + ভ = ম্ভ (mbh) গম্ভীৰ
দ + ভ = দ্ভ (dbh) উদ্ভিদ
ক + ম = ক্ম ( km) ৰুক্মিনী
গ + ম = গ্ম ( gm) বাগ্মী
ত + ম = ত্ম ™ আত্মা
দ + ম = দ্ম (dm) পদ্ম
ন + ম = ন্ম (nm) জন্ম
ম + ম = ম্ম (mm) মহম্মদ
ল + ম = ল্ম ( lm) বাল্মীকি
শ + ম = শ্ম ( Sm) ৰশ্মি
ষ + ম = ষ্ম (Shm) গ্ৰীষ্ম
স + ম = স্ম ( sm) বিস্ময়
হ + ম = হ্ম (hm) বাহ্মণ
ক + য় = ক্য (kYo) বাক্য
খ + য় = খ্য (khY) বিখ্যাত
গ + য় = গ্য (gY) ভাগ্য
জ + য় = জ্য (jY) ৰাজ্য
ট + য় = ট্য (TY) নাট্য
ঠ + য় = ঠ্য ( Thy) পাঠ্য
ধ + য় = ধ্য (dhY) বাধ্য
ভ + য় = ভ্য (bhY) অভ্যাস
ল + য় = ল্য (lY) মূল্য
গ + ৰ = গ্ৰ (gr) গ্ৰহ
ঘ + ৰ = ঘ্ৰ ( ghr) ব্যাঘ্ৰ
জ + ৰ = জ্ৰ (jr) বজ্ৰ
ট + ৰ = ট্ৰ (Tr) ট্ৰাক
দ + ৰ = দ্ৰ (dr) ভদ্ৰ
ব + ৰ = ব্ৰ (br) ব্ৰত
ম + ৰ = ম্ৰ (mr) নম্ৰ
প + ৰ = প্ৰ (pr) প্ৰতি
হ + ৰ = হ্ৰ (hr) হ্ৰদ
শ + ৰ = শ্ৰ (Sr) শ্ৰম
স + ৰ = স্ৰ (sr) সহস্ৰ


শ আৰু স ৰ লগত (ৰ)কাৰ যোগ হ’লে ইহঁতৰ উচ্চাৰণ ‘চ’হয়|

ক + ৰ = ক্ৰ (kr) চক্ৰ
ত + ৰ = ত্ৰ (tr) পাত্ৰ
ভ + ৰ = ভ্ৰ (bhr) ভ্ৰম
ক + ল = ক্ল (kl) শুক্ল
গ + ল = গ্ল (gl) গ্লানি
প + ল = প্ল (pl) বিপ্লৱ
ল + ল = ল্ল (ll) দিল্লী
ব + ল = ব্ল (bl) ব্লে’ড
ম + ল = ম্ল (ml) ম্লান
হ + ল = হ্ল (hl) প্ৰহ্লাদ
শ + ল = শ্ল (Sl) শ্লোক


ব্ৰ + উ = ব্ৰু (bru) ডিব্ৰুগড়
দ্ৰ + উ = দ্ৰু (dru) কদ্ৰু
ধ্ৰ + উ = ধ্ৰু (dhru) ধ্ৰুৱ
ক্ৰ + উ = ক্ৰু (kru) ক্ৰুদ্ধ
ত্ৰ + উ = ত্ৰু (tru) শত্ৰু
শ্ৰ + ঊ = শ্ৰূ (SrU) শুশ্ৰূষা
দ্ৰ + ঊ = দ্ৰূ (drU) বিদ্ৰূপ
ভ্ৰ + ঊ = ভ্ৰূ (bhrU) ভ্ৰূক্ষেপ


যুক্ত বৰ্ণ বা যুক্তাক্ষ অসমীয়া বৰ্ণমালাৰ যুক্তাক্ষৰসমূহ

গ + উ = গু গুৰ (gur) ৰ + উ = ৰু ৰুমাল (rumaal) শ + উ = শু শুভ (Subha) হ + উ = হু হুঁচৰি (hu~Mcari) ৰ + ঊ = ৰূ ৰূপ (rUpa) হ + ঋ = হৃ হৃদয় (hR...